ಅರ್ಥ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
ಸಮಾನಾರ್ಥಕ : দুখ
ಅರ್ಥ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
ಉದಾಹರಣೆ :
মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে