ಅರ್ಥ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ಉದಾಹರಣೆ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
ಸಮಾನಾರ್ಥಕ : নমোৱা
ಅರ್ಥ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল