ಅರ್ಥ : যি লিপিবদ্ধ নহয়
ಉದಾಹರಣೆ :
শ্যামে অলিখিত লোককথাবোৰ লিপিবদ্ধ কৰি জনমানসৰ আগত দাঙি ধৰিলে
ಸಮಾನಾರ್ಥಕ : অলিপিবদ্ধ
ಅರ್ಥ : যি লিখিত নহয় কিন্তু প্রথাৰ ওপৰত আধাৰিত
ಉದಾಹರಣೆ :
এই ক্লাবটোত কিছুমান অলিখিত নিয়ম আছে