ಅರ್ಥ : জনা বা জ্ঞান হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
মোৰ অভিজ্ঞতাৰ ফলতেই এই কামটো হʼল
ಸಮಾನಾರ್ಥಕ : বিজ্ঞতা
ಅರ್ಥ : কঠিনতাৰে কৰা বহুত ভাল কাম
ಉದಾಹರಣೆ :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : দক্ষতা