ಅರ್ಥ : কোনো ব্যাপক বা সাধাৰণ নিয়ম আদিৰ বিৰুদ্ধে কোৱা কথা, শ্্ব্দ , তত্ত্ব আদি
ಉದಾಹರಣೆ :
এই নিয়মটোৰ কিছুমান অপবাদো আছে
ಅರ್ಥ : বাস্তৱিকতে বা কল্পিতভাৱে কাৰোবাৰ দোষ বা বদগুণৰ বিষয়ে কোৱা কার্য
ಉದಾಹರಣೆ :
আমি কাৰো নিন্দা কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : নিন্দা