ಅರ್ಥ : ৰাসায়নিক বিক্রিয়া খৰতকীয়া ৰসায়ন বিশেষ
ಉದಾಹರಣೆ :
ছালফিউৰিক এছিড তৈয়াৰ কৰিবৰ কাৰণে অনুঘটকৰ আৱশ্যক হয়
ಅರ್ಥ : কোনো ব্যক্তি, কাম আদিক অনুপ্রেৰিত কৰা কার্য
ಉದಾಹರಣೆ :
ৰাসায়নিক বিক্রিয়াৰ সংঘটনত অনুঘটকৰ অলপ মাত্রাই পর্যাপ্ত হয়
ಅರ್ಥ : যোৰা লগোৱা বা সংযুক্ত কৰোতা
ಉದಾಹರಣೆ :
ঘটক ব্যক্তিৰ সহায়ত ভাঙিবলৈ ধৰা পৰিয়ালটো বাছিল
ಸಮಾನಾರ್ಥಕ : ঘটক