ಅರ್ಥ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ಉದಾಹರಣೆ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
ಸಮಾನಾರ್ಥಕ : অদলী-বদলী, আদান-প্রদান, বিনিময়, ৰদ-বদল
ಅರ್ಥ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
ಉದಾಹರಣೆ :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
ಸಮಾನಾರ್ಥಕ : ৰদ-বদল