ಅರ್ಥ : যাৰ বুদ্ধি নাই বা কম
ಉದಾಹರಣೆ :
সমাজত মূর্খৰ ্ অভাৱ নাই
ಸಮಾನಾರ್ಥಕ : অজগৌ, অজমূর্খ, অজ্ঞ, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
ಅರ್ಥ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ಉದಾಹರಣೆ :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ಸಮಾನಾರ್ಥಕ : অন্ধ, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন