ಅರ್ಥ : নিজান ঠাইত থকা বা বসবাস কৰোতা
ಉದಾಹರಣೆ :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
ಸಮಾನಾರ್ಥಕ : একাকিন
ಅರ್ಥ : যাৰ লগত কোনো নাই বা নাথাকে
ಉದಾಹರಣೆ :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
ಸಮಾನಾರ್ಥಕ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ