ಅರ್ಥ : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
ಉದಾಹರಣೆ :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
ಅರ್ಥ : যʼত কোনো সোৱাদ নাই
ಉದಾಹರಣೆ :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
ಸಮಾನಾರ್ಥಕ : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন