ಅರ್ಥ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ಉದಾಹರಣೆ :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
ಸಮಾನಾರ್ಥಕ : লেপন দিয়া
ಅರ್ಥ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ಉದಾಹರಣೆ :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে