ಅರ್ಥ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
ಉದಾಹರಣೆ :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
ಸಮಾನಾರ್ಥಕ : মাজু
ಅರ್ಥ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
ಉದಾಹರಣೆ :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
ಸಮಾನಾರ್ಥಕ : মধ্যমীয়া