ಅರ್ಥ : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
ಉದಾಹರಣೆ :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
ಸಮಾನಾರ್ಥಕ : বেঙেনা গছ
ಅರ್ಥ : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
ಉದಾಹರಣೆ :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে