ಅರ್ಥ : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
ಉದಾಹರಣೆ :
শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
ಅರ್ಥ : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
ಉದಾಹರಣೆ :
কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
ಸಮಾನಾರ್ಥಕ : বজ্রাঘাত