ಅರ್ಥ : পোছাক পিন্ধা সৈনিক, চিপাহীৰ আদিৰ সৰু দল
ಉದಾಹರಣೆ :
সংসদ নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে সেনাৰ পল্টন নিয়োজিত কৰা হৈছে
ಅರ್ಥ : স্থল সেনাৰ এটা সৰু ভাগ
ಉದಾಹರಣೆ :
সেনাৰ এটা পল্টনে খেল-পথাৰত নিজৰ কুচকাৱাজ কৰি আছে
ಸಮಾನಾರ್ಥಕ : প্লাটুন