ಅರ್ಥ : প্রাণীৰ নাক বা মুখৰ পৰা বাহিৰলৈ ওলাই অহা বতাহ
ಉದಾಹರಣೆ :
নিশাহত কার্বন ্ডাই অক্সাইড প্রাণীৰ শৰীৰৰ পৰা ওলাই আহে
ಸಮಾನಾರ್ಥಕ : নিশ্বাস
ಅರ್ಥ : ফুমাৰোঁতে মুখৰ পৰা ওলোৱা বতাহ
ಉದಾಹರಣೆ :
নিশাহত চাকিটো নুমাই থাকিল