ಅರ್ಥ : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
ಉದಾಹರಣೆ :
মোৰ চেণ্ডেলযোৰ চিগিল
ಸಮಾನಾರ್ಥಕ : চপ্পল
ಅರ್ಥ : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
ಉದಾಹರಣೆ :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে