ಅರ್ಥ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
ಉದಾಹರಣೆ :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
ಸಮಾನಾರ್ಥಕ : চালগোম গছ
ಅರ್ಥ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
ಉದಾಹರಣೆ :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়