ಅರ್ಥ : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
ಉದಾಹರಣೆ :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
ಅರ್ಥ : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
ಉದಾಹರಣೆ :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
ಸಮಾನಾರ್ಥಕ : নিশান্ধ
ಅರ್ಥ : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
ಉದಾಹರಣೆ :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
ಸಮಾನಾರ್ಥಕ : নিশান্ধতা
ಅರ್ಥ : যি ৰাতি দেখা নাপায়
ಉದಾಹರಣೆ :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
ಸಮಾನಾರ್ಥಕ : নিশান্ধ