ಅರ್ಥ : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
ಉದಾಹರಣೆ :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
ಸಮಾನಾರ್ಥಕ : ঘোচ
ಅರ್ಥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ಉದಾಹರಣೆ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
ಸಮಾನಾರ್ಥಕ : উপঢৌকন