Meaning : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
Example :
ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
Synonyms : বোল
Meaning : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
Example :
মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
Synonyms : লালিমা