Meaning : বীৰ যোদ্ধা
Example :
সীমান্তৰ সুৰক্ষা কৰোতা ৰণবীৰ সকলক ৰাষ্ট্রপতিয়ে চালাম কৰিলে
Meaning : যুদ্ধক্ষেত্রত বীৰত্বৰে যুদ্ধ কৰোতা
Example :
ৰণবীৰ ব্যক্তিয়ে যুদ্ধভূমিৰ পৰা কেতিয়াও নপলায়
Synonyms : যুদ্ধবীৰ