Meaning : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
Example :
হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ
Synonyms : হালধি
Meaning : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ
Example :
সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল
Synonyms : হালধি