Meaning : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা
Example :
মোৰ পাঁচশ টকা হেৰালে
Meaning : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা
Example :
ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে
Meaning : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া
Example :
তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে