Meaning : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট
Example :
নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল
Meaning : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস
Example :
ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে
Synonyms : হা-হুমুনিয়াহ