Meaning : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
Example :
হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
Synonyms : হিন্দী ভাষা
Meaning : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
Example :
মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
Meaning : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ