Meaning : পুৰুষ বা নাৰীৰ একো লক্ষণ নথকা ব্যক্তি বিশেষ
Example :
আজিকালি হিজৰাবোৰেও ৰাজনীতি কৰিবলৈ লৈছে
Meaning : যাৰ স্ত্রী সম্ভোগৰ শক্তি নাথাকে বা কম থাকে
Example :
তাইৰ বিবাহ এজন নপুংসকৰ লগত কৰালে
Synonyms : নপুংসক