Meaning : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
Example :
শিশুটোৰ বৰকৈ হিঁকটি আহিছে
Meaning : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
Example :
মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
Synonyms : হেঁকেটি