Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word হালি-জালি থকা from অসমীয়া dictionary with examples, synonyms and antonyms.

হালি-জালি থকা   ক্ৰিয়া

Meaning : বাৰে বাৰে আগলৈ পিছলৈ, ওপৰ-তল বা ইফালে-সিফালে যোৱা

Example : নদন-বদন শস্যবোৰ বতাহত হালি-জালি আছিল

Meaning : স্ফূর্তি বা নিচাত শিৰ আৰু গা-অংশ আগলৈ-পিছলৈ আৰু ইফালে-সিফালে লৰচৰ কৰা কার্য

Example : লʼৰা-ছোৱালীবোৰে আনন্দত হালি-জালি আছে

चौपाल