Meaning : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
Example :
পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
Synonyms : সহস্র
Meaning : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
Example :
পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
Synonyms : হেজাৰ