Meaning : কʼৰবাত কʼৰবাত হোৱা
Example :
সৰু-সুৰা ঘটনাক বাদ দি বন্ধ সফল হোৱা বুলিয়েই কʼব পাৰি
Meaning : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
Example :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
Synonyms : লাপি-লুপা