Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সৰল from অসমীয়া dictionary with examples, synonyms and antonyms.

সৰল   বিশেষণ

Meaning : যিটো সহজে বুজা যায়

Example : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

Synonyms : বোধগম্য, বোধ্য, সহজ, সহজ-সৰল, সুবোধ

Meaning : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

Example :

Synonyms : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ, সহজ-সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

Meaning : কোনো বিশেষ আড়ম্বৰ নোহোৱাকৈ

Example : বাবা আমটেই সাধাৰণ জীৱনযাপন কৰিছিল

Synonyms : সাধাৰণ

Meaning : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

Example : ভক্তি ভগৱান লাভৰ সহজ পথ

Synonyms : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম

चौपाल