Meaning : বহু সময় উতলোৱা গাখীৰৰ ওপৰত জমা হোৱা চামনি বা সাৰ অংশ
Example :
মেকুৰীজনীয়ে গোটেই সৰখিনি খাই পেলালে
Meaning : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
Example :
গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
Synonyms : চালি