Meaning : অটল বা স্থিৰ হোৱা অৱস্থা
Example :
পৰিস্থিতিৰ স্থিৰতাৰ বাবে তেওঁ জীৱনত সফল হৈ গৈ থাকিল
Meaning : দৃঢ় হোৱা অৱস্থা বা ভাব
Example :
ৰামৰ এই কামটোৰ কাৰণে আমাৰ সম্পর্কত আৰু দৃঢ়তা আহি পৰিল
Synonyms : দৃঢ়তা