Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
Example : তেওঁ হনুমানৰ ভক্ত
Synonyms : উপাসক, ভকত, ভক্ত, সাধক
Meaning : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
Example : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
Synonyms : পূজাৰী
Meaning : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
Example : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
Synonyms : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা
Meaning : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা
Example : আন্না হাজাৰেʼ সমাজ সেৱক
Install App