Meaning : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
Example :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
Meaning : যʼত কোনো সোৱাদ নাই
Example :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
Synonyms : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন