Meaning : যিজনে সাম্যবাদ মানি চলে
Example :
সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
Synonyms : কমিউনিষ্ট
Meaning : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
Example :
কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
Synonyms : কমিউনিষ্ট