Meaning : অনুকম্পা বা দয়া কৰা কার্য
Example :
সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
Synonyms : অনুকম্পা
Meaning : কাৰোবাৰ দুখ দেখি ্ তেওঁৰ দুখত দুখী হোৱা অৱস্থা বা ভাব
Example :
সাধুলোক সদায় আনৰ প্রতি সহানুভূতিশীল
Synonyms : সমবেদনা