Meaning : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
Example :
হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
Meaning : সদস্য হোৱা অৱস্থা বা ভাব
Example :
শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
Synonyms : সদস্যতা