Meaning : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
Example :
ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
Meaning : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
Example :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
Synonyms : সংস্থা