Meaning : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
Example :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
Synonyms : অংক
Meaning : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
Example :
আহতৰ সংখ্যা বহুত বেছি