Meaning : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
Example :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
Synonyms : ক্লাছ
Meaning : কোনো কোঠাত উপস্থিত লোক
Example :
তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
Synonyms : কোঠা