Meaning : এজোপা সুকাঠী বহুত ডাঙৰ গছ
Example :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
Synonyms : শাল গছ
Meaning : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
Example :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে