Meaning : কোনো সঁজুলি ধাৰ কৰা শিলৰ টুকুৰা
Example :
তেওঁ ্শানেৰে দাখনত ধাৰ দি আছে
Synonyms : শান শিল
Meaning : যিচটা শিলত অস্ত্র আদি ্ ঘঁহি ধাৰ কৰা হয়
Example :
ৰামে চুৰিখন শানত ঘঁহি চোকা কৰি আছে
Synonyms : শাণ