Meaning : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
Example :
সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
Synonyms : শ
Meaning : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
Example :
৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে