Meaning : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
Example :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
Synonyms : নোম
Meaning : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
Example :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
Synonyms : নোম