Meaning : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
Example :
তেওঁ লিচুত উঠি লিচু খাই আছে সি লিচু গছত উঠি আছে
Synonyms : লিচু গছ
Meaning : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
Example :
লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ