Meaning : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
Example :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
Synonyms : চকৰি
Meaning : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
Example :
লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
Synonyms : লাটিম