Meaning : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
Example :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
Synonyms : চুই পোৱা
Meaning : কোনো কামত দৃঢ়তাৰে লাগি থকা
Example :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
Synonyms : লগা