Meaning : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
Example :
লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
Meaning : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
Example :
সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
Synonyms : লাওচিয়ান